Twitter | Search | |
Nandini
If it matters to women, it has to be in Nandini. For health, beauty, career advice and more, visit
8,608
Tweets
116
Following
1,855
Followers
Tweets
Nandini 2h
গৰিমা অৰোড়া হৈছে ভাৰতৰ প্ৰথম গৰাকী মহিলা চেফ যিয়ে বিশ্বৰ ৰেষ্টুৰেণ্টসমূহৰ ভিতৰতে সবাতোকৈ শ্ৰেষ্ঠ বঁটা মিচেলিন ষ্টাৰ পাবলৈ সক্ষম হৈছে। . .
Reply Retweet Like
Nandini 7h
ইউনিছেফৰ ভাৰতৰ যুৱ এম্বেছেদৰ ৰূপে হিমা দাসক নিযুক্তি . . হিমা দাসৰ ইউনিছেফৰ ভাৰতৰ যুৱ এম্বেছেদৰ হিচাপে নিযুক্তি। বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ইউনিছেফ কৰ্তৃপক্ষই। বৰ্তমান পাটিয়ালাত প্ৰশিক্ষণৰত হিমা দাস। অলিম্পিকৰ বাবে কঠোৰ অনুশীলনত নামিছে খেলুৱৈগৰাকী।
Reply Retweet Like
Nandini Nov 14
এই গৰাকী কোন অভিনেত্ৰী ? যদি চিনি পাইছে তেন্তে তলত নামটো কমেণ্ট কৰক... . .
Reply Retweet Like
Nandini Nov 13
শ্যামন্তিকা আৰু তনভি একেলগে আগ্ৰাত। @tanvi_dance () ・・・ At the beautiful Taj Mahal. Photo credits @dance_asif . .
Reply Retweet Like
Nandini Nov 13
বিবাহৰ পূৰ্বে দীপিকা আৰু ৰণবীৰে নিমন্ত্ৰিত অতিথি লৈ কৰিছে এক বিশেষ অনুৰোধ। বিবাহ অনুষ্ঠানত নিমন্ত্ৰিত অতিথিয়ে উপহাৰৰ সলনি দীপিকাৰ মুনাফাবিহীন সংস্থা "The Live Love Laugh Foundation" লৈ সাহায্য দানৰ বাবে অনুৰোধ দীপিকা আৰু ৰণবীৰৰ। . .
Reply Retweet Like
Nandini Nov 12
চাৰা আলি খানৰ আহিবলগীয়া নতুন হিন্দী ছবি 'কেদাৰনাথ'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এনেদৰে দেখা গ'ল অভিনেত্ৰীগৰাকীক। . .
Reply Retweet Like
Nandini Nov 12
এইবাৰ শীতৰ নতুন টেণ্ডৰ বিষয়ে সবিশেষ জানক ব্লগাৰ প্ৰিয়ংকা দেৱী জ'ইচিৰ পৰা-- ভাৰতীয় পোছাক বুলিলে একলগে অনেক শৈলীৰ সাজ-পোছাক সামৰিব লগা হয়। আহিবলগীয়া শীতৰ সময়ছোৱাত আঠুলৈকে দীঘল বা মাটি চুই যোৱা জাপানী Genisha Look...
Reply Retweet Like
Nandini Nov 11
অসমীয়া পৰম্পৰাগত সাজ-পোছাকত অভিশ্ৰুতি বেজবৰুৱা। () ・・・
Reply Retweet Like
Nandini Nov 10
আপুনি বাৰু জানেনে ? . . ঠাণ্ডাত নাকটো সোপা মাৰি ধৰিলে জিভাখনেৰে তালুত হেঁচা দিয়ক আৰু চেলাউৰিৰ মাজত আঙুলিৰে হেঁচা দিয়ক বিশ ছেকেণ্ডৰ বাবে, সোপা মৰা নোহোৱা হ'ব।
Reply Retweet Like
Nandini Nov 10
এই গৰাকী কোন অভিনেত্ৰী চিনি পাইছেনে ? যদি পাইছে তেন্তে নামটো তলত কমণ্টে কৰক। . .
Reply Retweet Like
Nandini Nov 9
৪ দিনৰ পাছত বিয়া, আজি ইটালিলৈ উৰা মাৰিলে বলিউডৰ ২ তাৰকা… . . মুম্বাই বিমান বন্দৰত শনিবাৰে পুৱাই দেখা পোৱা গ’ল বলিউডৰ দুই তাৰকাক। মুখত প্ৰাপ্তিৰ হাঁহি আৰু দুয়োৰে পিন্ধনত আছিল বগা পোছাকত। দুয়োকে দেখা পাই গুণমুগ্ধসকলে ঘেৰি ধৰিলে তেওঁলোকক।
Reply Retweet Like
Nandini Nov 9
গুৱাহাটীৰ কৌটিপতি বিজেতা বিনীতা জৈনৰ পাছত এইবাৰ হটছীটত বহিল গোৱালপাৰাৰ হালিমা খাটুনে। ছ'নী টিভি যোগে সম্প্ৰচাৰিত 'কৌন বনেগা কৌড়পতি - ১০' অনুষ্ঠানটিত হালিমা খাতুন অসমৰ দ্বিতীয়গৰাকী প্ৰতিযোগীতা। এই পৰ্যন্ত ১,৬০,০০০ টকা জয় কৰিছে।
Reply Retweet Like
Nandini Nov 8
আমাৰ এইমাহৰ নন্দিনীত প্ৰকাশিত ডিজাইনাৰ নন্দিনী বৰকাকতিৰ কিছু কালেকচন । সবিশেষ জানিবৰ বাবে পঢ়ক এই মাহৰ নন্দিনী। মডেল : পুনম লহকৰ মেক-আপ : জান শইকীয়া ফটোগ্ৰাফী : প্ৰাঞ্জল প্ৰতীম
Reply Retweet Like
Nandini Nov 8
নগাঁৱৰ অংকিতা হাজৰিকালৈ ড° আম্বেদকাৰ বঁটা . . ২০১৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ ‘দ্ৰোণাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ সুখ্যাতিৰে প্ৰথম স্থান অধিকাৰ কৰা মেধাৱী ছাত্ৰী অংকিতা হাজৰিকাই লাভ কৰিছে ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় যোগ্যতা বঁটা।
Reply Retweet Like
Nandini Nov 7
এতিয়া বজাৰত উপলব্ধ এইমাহৰ নন্দিনী। আপুনি বাৰু পঢ়িলেনে এইমাহৰ নন্দিনী। . .
Reply Retweet Like
Nandini Nov 6
গুৱাহাটীস্থিত The college of Assam Association of the deaf ত নৃত্য নিৰ্দেশক হিচাপে কৰ্মৰত সংগীতা ভট্টাচাৰ্যই কাশ্মীৰত অনুস্থিত ১৬ সংখ্যক সৰ্ব ভাৰতীয় বধিৰ সাংস্কৃতিক মহোৎসৱত শ্ৰেষ্ঠ নৃত্য নিৰ্দেশক বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে।
Reply Retweet Like
Nandini Nov 6
দীপাৱলীৰ শুভেচ্ছাৰে জেৰিফা ৱাহিদ। @zerifa_wahid () ・・・ Diwali Greetings!
Reply Retweet Like
Nandini Nov 5
সকলো শুভাকাংক্ষীলৈ দীপান্বিতাৰ অলেখ শুভকামনা জনালো✨🙏✨
Reply Retweet Like
Nandini Nov 5
আমাৰ এইমাহৰ নন্দিনীৰ বেটুপাত...
Reply Retweet Like
Nandini Nov 4
আহিবলগীয়া এটি নতুন গানৰ শ্বুটিঙত তৰালি শৰ্মা। .baruah () ・・・ Nature # Music # Beauty # Emotions # Love # Moods... # Tarali Sarma in frame.Doing the photoshot for her new solo album DEUKA... Make up # Hiranya Ranjan
Reply Retweet Like