News18 Assam & NE Sep 12
নগাঁৱত হৃদয়হীন মাতৃয়ে এৰি থৈ গ’ল এগৰাকী কিশোৰীক। নগাঁও মহাবিদ্যালয়ৰ সমীপত গোটেই দিনটো কান্দি কান্দি মাতৃৰ বাবে অপেক্ষা কিশোৰীগৰাকীৰ। সন্ধিয়া কেইজনমান স্থানীয় লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চমজাই দিয়ে আৰক্ষীক।