News18 Assam & NE Sep 12
গুৱাহাটীৰ কামাখ্যা গে’টত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু। এইপৰ্যন্ত জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।