News18 Assam & NE Sep 12
যোৰহাটত স্থাপন হ’ব NATIONAL INSTITUTE OF DESIGNING। দেশত নতুনকৈ চাৰিখন NID স্থাপনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। আন তিনিখন NID স্থাপন হ’ব বিজয়ৱাড়া, ভূপাল আৰু কুৰুক্ষেত্ৰত। NID ACT ২০১৪ৰ সংশোধনীৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত।