News18 Assam & NE Sep 12
Replying to @BJP4Assam
১৪ ছেপ্টেম্বৰত নিৰ্বাচন পৰিচালনা সমিতিৰ সভা। সেইদিনাই অনুষ্ঠিত হ’ব দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকো। ১৫ ছেপ্টেম্বৰত ‘স্বচ্ছতা হি সেৱা’ অভিযানৰ শুভাৰম্ভ কৰিব দলটোৱে। মোদী এপযোগে প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব এই অভিযানৰ।