News18 Assam & NE Sep 12
লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ প্ৰস্তুতি আৰম্ভ। ১৩ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে। কাইলৈ গুৱাহাটীত ৰঞ্জিত দাসৰ সভাপতিত্বত বিশেষ সাংগঠনিক সভা।