News18 Assam & NE Sep 12
ট্ৰেজাৰীত ঘোচ নিদিব - টুইটাৰযোগে আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এজন লোকে টুইটাৰযোগে হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়াৰ পিছতে এই আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।