News18 Assam & NE Sep 12
গোৱালপাৰাৰ খানখোৱা চৰত নাও দুৰ্ঘটনাত নিখোজ হোৱা ৩ জনৰ সন্ধানত আজিও অভিযান SDRFৰ। মঙলবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰত নাও ডুবি সন্ধানহীন হৈছিল বিল্লাল হুছেইন নামৰ যুৱকজনৰ লগতে আমিনা খাতুন নামৰ শিশুটি। সোমবাৰেও নাও দুৰ্ঘটনাত সন্ধানহীন হৈছিল এটি শিশু।