News18 Assam & NE Sep 12
নগাঁৱত মাতৃয়ে এৰি থৈ গ’ল কিশোৰী কন্যাক। নগাঁও মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ ১২ বছৰীয়া কিশোৰীগৰাকী। স্থানীয় কেইজনমান লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চমজালে আৰক্ষীক। আৰক্ষীয়ে চাইল্ডলাইনক গতাই দিয়ে কিশোৰীগৰাকীক।