Twitter | Search | |
Dainandin Barta Live
Dainandin Brta Live Online DainandinBartaNews Portal
96
Tweets
774
Following
81
Followers
Tweets
Dainandin Barta Live 22h
বামুনবাৰীত আৰক্ষী চকী ভাৰপ্ৰপ্ত বিষয়া লাৰ্নিজ পেগুক কৰ্ত্তব্যৰত অৱস্থাত আক্ৰমণ উদণ্ড যুৱকৰ
Reply Retweet Like
Dainandin Barta Live Feb 14
বিজেপিৰ দৰ্পচূৰ্ণঃ উচ্চ সদনত উত্থাপন নহ’ল বিধেয়কঃ অধ্যŽক্ষই অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিলে ৰাজ্যসভা
Reply Retweet Like
Dainandin Barta Live Feb 10
বীনাপানী বাগদেৱীৰ বন্দনাৰে মুখৰ ৰাজ্য
Reply Retweet Like
Dainandin Barta Live Feb 10
কৌৰৱৰ দৰে এতিয়া ৰাইজে জানে অমিত শ্বাহ, মোডীৰ নামহ
Reply Retweet Like
Dainandin Barta Live Feb 8
সোণাৰি থানাত বিজেপি নেতাৰ দাদাগিৰি, সৰ্বত্ৰে প্ৰতিক্ৰিয়া
Reply Retweet Like
Dainandin Barta Live Feb 8
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ডুমডুমাত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট বীৰ লাচিত সেনাৰ
Reply Retweet Like
Dainandin Barta Live Feb 8
সৰ্বভাৰতীয় বিজ্ঞান নেটৱাৰ্ক (AIPSN)ৰ আহ্বাত আৰু ভাৰতীয় তেল নিগমৰ সৌজন্যত ডুমডুমাত চাইকেল শোভাযাত্ৰা
Reply Retweet Like
Dainandin Barta Live Feb 7
১০ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘৰ প্ৰথম বাৰ্ষিক অধিৱেশন
Reply Retweet Like
Dainandin Barta Live Feb 7
টাই আহোম যুৱ পৰিষদ, অসমৰ ‘অসম বন্ধ’লৈ সম্পূৰ্ণ নৈতিক সমৰ্থন আহোম জাতীয় গণ মঞ্চ অসমৰ 
Reply Retweet Like
Dainandin Barta Live Feb 7
বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ প্ৰকৃতি আৰু আমি
Reply Retweet Like
Dainandin Barta Live Feb 7
অসম বাজেট ২০১৯-২০, কিছু আশা আৰু প্ৰত্যাশা
Reply Retweet Like
Dainandin Barta Live Feb 6
লীলাবাৰীত ছাত্ৰ সন্থাৰ জোঁৰ সমদল
Reply Retweet Like
Dainandin Barta Live Feb 6
অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটত ব্ৰাউন চুগাৰসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক
Reply Retweet Like
Dainandin Barta Live Feb 5
জনজাতিকণৰ দাবীত ৯ ফেব্ৰুৱাৰীত অসম বন্ধ ঘোষণা টাইপাৰ
Reply Retweet Like
Dainandin Barta Live Feb 4
জাতিধবংসী বিধেয়কৰ বিৰোধিতা কৰিবলৈ,ৰাহুল গান্ধী, শিৱসেনা, তৃণমূল কংগ্ৰেছকে ধৰি বিভিন্ন নেতাৰে আছু, নেছ’ৰ আলোচনা
Reply Retweet Like
Dainandin Barta Live Feb 4
হিমন্ত বিশ্বৰ বিজেপিত যোগদানতে অসমত তদন্ত বাদ দিলে চিবিআয়ে
Reply Retweet Like
Dainandin Barta Live Feb 4
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনতাৰ ক্ষোভ,লাখুটিত ভৰ দি ৰাজপথত আশীতিপৰ আইতা
Reply Retweet Like
Dainandin Barta Live Feb 4
মন্ত্ৰী পাটোৱাৰী বিৰুদ্ধে ভুল তথ্য প্ৰদানৰ অভিযোগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ,অসম চুক্তিৰ ৫ আৰু ৬ নং দফাক লৈ সদনত কোলাহল
Reply Retweet Like
Dainandin Barta Live Feb 4
তীব্ৰ ৰূপত কেন্দ্ৰৰ সৈতে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰৰ সংঘাত
Reply Retweet Like
Dainandin Barta Live Feb 3
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ মৰাণত ১০ ঘন্টীয়া অনশন
Reply Retweet Like