Twitter | Search | |
DY365
A 24x7 Satellite News Channel from Northeast India that brings it's viewers with the latest news taking place regionally, nationally and globally.
14,550
Tweets
357
Following
34,731
Followers
Tweets
DY365 9h
Reply Retweet Like
DY365 10h
- অগ্নিগৰ্ভা গুৱাহাটীত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন - প্ৰতিবাদ, উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ আৰক্ষী - পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীত সেনা মোতায়েন - গুৱাহাটীৰ কেইবাঠাইতো সেনাৰ ফ্লেগ মাৰ্চ - কাইলৈ সন্ধিয়া ৭ বজালৈ বন্ধ থাকিব মোবাইল ইন্টাৰনেট
Reply Retweet Like
DY365 11h
- গুৱাহাটীৰ জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি - পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীবৰ্ষণ - কেইবাখনো বাহনৰ ক্ষতিসাধন কৰিলে প্ৰতিবাদকাৰীয়ে - জি এছ ৰোডৰ খ্ৰীষ্টানবস্তিৰ সেনাৰ ফ্লেগমাৰ্চ
Reply Retweet Like
DY365 11h
- ৰঙিয়াৰ পৰা গুৱাহাটীলৈ সেনাৰ দুটা কোম্পানী - 21 মাউণ্টেইন ডিভিজনৰ দুটা কোম্পানী মোতায়েন
Reply Retweet Like
DY365 11h
- ৰাজ্যসভাত গৃহীত হ’ল CAB - নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ১২৫টা ভোট - বিধেয়কখনৰ বিপক্ষে ১০৫টা ভোট - সোমবাৰে লোকসভাত গৃহীত হৈছিল CAB
Reply Retweet Like
DY365 12h
- প্ৰতিবাদকাৰী তথা জনতালৈ DY365ৰ এটা আহ্বান
Reply Retweet Like
DY365 13h
- গুৱাহাটীৰ ওদালবাক্ৰাৰ পৰা কালাপাহাৰ অভিমুখে প্ৰতিবাদকাৰী - CABৰ বিৰুদ্ধে হাতে হাতে জোঁৰ লৈ সহস্ৰাধিকৰ প্ৰতিবাদ - পুৰুষ-মহিলা সকলো ওলাই আহিল প্ৰতিবাদ কৰিবলৈ
Reply Retweet Like
DY365 13h
- ভাস্কৰজ্যোতি মহন্তক অসম আৰক্ষীৰ DGP নিযুক্তি - ভাৰপ্ৰাপ্ত DGPৰ দায়িত্বত আছিল ভাস্কৰজ্যোতি মহন্ত - কুলধৰ শইকীয়াৰ অৱসৰৰ পিছত মহন্তক দিয়া হৈছিল দায়িত্ব
Reply Retweet Like
DY365 13h
- গুৱাহাটীত সেনাৰ ফ্লেগ মাৰ্চ - চানমাৰিত পৰিস্থিতি নিয়ন্ত্ৰণৰ নামিল সেনা - কেইবাজনো প্ৰতিবাদকাৰীক প্ৰহাৰ সেনাৰ - চানমাৰিত গুৰুতৰভাৱে আহত এজন প্ৰতিবাদকাৰী
Reply Retweet Like
DY365 13h
- তাজ ভিভাণ্টাৰ সন্মুখত উত্তেজনা - জাপানৰ প্ৰধানমন্ত্ৰীৰ আদৰণি তোৰণত জুই - আদৰণিৰ বাবে নিৰ্মাণ কৰা মঞ্চও ভাঙি অগ্নিসংযোগ - গেইমছ ভিলেজৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - বশিষ্ঠ চাৰিআলিত প্ৰতিবাদকাৰীয়ে ভাঙিলে কেইবাখনো বাহন
Reply Retweet Like
DY365 13h
- দিছপুৰ ছুপাৰ মাৰ্কেটত প্ৰতিবাদকাৰীলৈ গুলী - আৰক্ষীৰ গুলীত আহত এজন প্ৰতিবাদকাৰী
Reply Retweet Like
DY365 14h
Guwahati police commissioner Deepak Kumar: Curfew has been imposed in Guwahati (Assam) since 6:15 pm today. It will remain imposed until normalcy is restored here.
Reply Retweet Like
DY365 14h
- গুৱাহাটীত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি - অগ্নিগৰ্ভ পৰিস্থিতিৰ পিছত প্ৰশাসনৰ সিদ্ধান্ত - দিছপুৰ, গণেশগুৰি, জু ৰোড, জি এছ ৰোডত অগ্নিগৰ্ভা পৰিস্থিতি - পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীত সেনা মোতায়েন - শেহতীয়া পৰিস্থিতিৰ পিছত ৰাজ্য-কেন্দ্ৰৰ সিদ্ধান্ত
Reply Retweet Like
DY365 14h
- জু ৰোডতো ভয়াৱহ পৰিস্থিতি - গুৱাহাটী চেন্ট্রেলৰ সন্মুখত পথৰ ওপৰত জুই - আৱদ্ধ হৈ পৰিছে শ শ যান-বাহন - পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ অসহায় আৰক্ষী
Reply Retweet Like
DY365 14h
- গুৱাহাটীবাসীক কাইলৈ দুপৰীয়া লতাশিলত সমবেত হোৱাৰ আহ্বান - আছু আৰু শিল্পী সমাজে জনাইছে এই আহ্বান - ছহিদ ন্যাস ভৱনত শিল্পী সমাজ আৰু আছুৰ বৈঠকত সিদ্ধান্ত - ১১ বজাত লতাশিলত সমবেত হৈ প্ৰতিবাদ কৰিব সকলোৱে
Reply Retweet Like
DY365 14h
- গুৱাহাটীবাসীক কাইলৈ দুপৰীয়া লতাশিলত সমবেত হোৱাৰ আহ্বান - আছু আৰু শিল্পী সমাজে জনাইছে এই আহ্বান - ১১ বজাত লতাশিলত সমবেত হৈ প্ৰতিবাদ কৰিব সকলোৱে
Reply Retweet Like
DY365 14h
Replying to @DY365
- ১১ বজাত লতাশিলত সমবেত হৈ প্ৰতিবাদ কৰিব সকলোৱে - আইন হাতত তুলি নল’বলৈ সকলো পক্ষকে আহ্বান - প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু অহিংস কৰাৰ আহ্বান দুয়ো পক্ষৰ
Reply Retweet Like
DY365 15h
- ব্ৰহ্মপুত্ৰ উপত্যকাত ২৪ ঘণ্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা - সন্ধিয়া ৭ বজাৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ৭ বজালৈ বন্ধ থাকিব সেৱা - বৰাক উপত্যকাত অব্যাহত থাকিব ইণ্টাৰনেট সেৱা
Reply Retweet Like
DY365 15h
In view of disruptions in train movement due to picketing in many places, following passenger carrying trains have been cancelled and short terminated.
Reply Retweet Like
DY365 15h
Centre starts withdrawing paramilitary forces from J&K, troops moved to Assam
Reply Retweet Like